roiroikha

roi-pi (Karbi) [ Roman: rui.pi]
Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2008-08-11
1. Reptile(Common Noun) Any of various nonvenomous snakes of the family Pythonidae, found chiefly in Asia, Africa, and Australia, that coil around and suffocate their prey. Pythons often attain lengths of 6 meters (20 feet) or more. প্ৰধানকৈ এছিয়া, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশৰ উপলব্ধ এবিধ ডাঙৰ আকাৰৰ বিষহীন সাপ; ইহঁত প্ৰায় ৬ মিটাৰ (২০ ফুট) পৰ্য্যন্ত দীঘল হয়। ইহঁতে চিকাৰৰ গাত পাক মাৰি ধৰি উশাহ-নিশাহ বন্ধ কৰি মাৰি পেলাব পাৰে।