Rotho`rotor

roti (English) [ IPA: ˈroʊtiː ASM: ৰু’টি]
Contributed by: Partha P Sarmah on 2008-02-14
1. (Material Noun-Neuter) a generic term for several kinds of bread(includes chapati) that is cooked on a griddle. আটা মাৰি গোল আৰু পাতলকৈ বেলি তেৱাত সেকি তৈয়াৰ কৰা এবিধ আহাৰ৷ ইয়াৰ ওপৰত ঘিঁউ আদি সানিব পাৰি৷ বহু ভাৰতীয়ৰ মূল আহাৰ৷
English: roti,
Assamese: ৰুটী,
Nagamese: roti

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-20
2. Hinduism(Common Noun-Feminine) wife of the Hindu god of love, Kamdev হিন্দুশাস্ত্ৰমতে প্ৰেমৰ দেৱতা কামদেৱৰ পত্নী

roti (Nagamese)
Contributed by: Mousumi Konwar on 2023-07-16
3. (Material Noun-Neuter) a generic term for several kinds of bread(includes chapati) that is cooked on a griddle. আটা মাৰি গোল আৰু পাতলকৈ বেলি তেৱাত সেকি তৈয়াৰ কৰা এবিধ আহাৰ৷ ইয়াৰ ওপৰত ঘিঁউ আদি সানিব পাৰি৷ বহু ভাৰতীয়ৰ মূল আহাৰ৷
English: roti,
Assamese: ৰুটী,
Nagamese: roti