seengbaseering

seer (English) [ IPA: ˈsɪr ASM: চিৰ]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-02-26
1. (Common Noun-Common &/or Masculine) a person supposedly able to see visions of the future. ভূত ভবিষ্যতৰ বিষয়ে ক’বপৰা মানুহ ।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-26
2. (Common Noun-Common &/or Masculine) one who supervises something or somebody. যি কিবা কাম বা কোনো ব্যক্তিৰ দায়িত্ব লৈ সেই কাম বা সেই ব্যক্তিয়ে কৰা কাম ভালদৰে, সুকলমে বা সময়মতে হৈচেনে আদি নিশ্চিত কৰে৷