নিৰিবিলিনিৰীক্ষণ

নিৰীক্ষক (Assamese) [ Roman: ni.ri.khyok]
Contributed by: Partha P Sarmah on 2008-02-29
1. (Common Noun-Common &/or Masculine) one who supervises something or somebody. যি কিবা কাম বা কোনো ব্যক্তিৰ দায়িত্ব লৈ সেই কাম বা সেই ব্যক্তিয়ে কৰা কাম ভালদৰে, সুকলমে বা সময়মতে হৈচেনে আদি নিশ্চিত কৰে৷