shooting starshopkeeper

shop (English) [ IPA: ˈʃɑp ASM: চ’প]
1. Business-Commerce-Economics(Material Noun-Neuter) a mercantile establishment for the retail sale of goods or services বস্তু-বাহানি বা সেৱা বিক্ৰী কৰা ব্যৱসায় প্ৰতিষ্ঠান

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-03-17
2. (Verb-Trans.) To visit stores in search of merchandise or bargains বস্তু কিনিবলৈ বা দাম-দৰ কৰিবলৈ দোকানলৈ যা
English: shop,
Assamese: বজাৰ কৰ্,
Bodo: गला, दकान

Shop (Tiwa)
Contributed by: Biki Bordoloi on 2012-05-25
3. (Proper Noun-Neuter) yellowing of the skin and the whites of the eyes caused by an accumulation of bile pigment (bilirubin) in the blood; can be a symptom of gallstones or liver infection or anemia তেজৰ ৰং পৰিৱৰ্তন হৈ শৰীৰ হালধীয়া আৰু চকু বগা পৰি যোৱা এক ধৰণৰ ৰোগ, সাধাৰণতে লিভাৰৰ দূৰ্বলতাৰ বাবে হোৱা দেখা যায় ৷