splashsplendid

spleen (English) [ IPA: ˈspliːn ASM: স্প্লিন]
1. Anatomy(Material Noun-Neuter) a large organ lying in the human body to the left of the stomach below the diaphragm, serving to store blood, disintegrate old blood cells, filter foreign substances from the blood. পাকস্থলীৰ বাওঁফালে থকা মানৱ শৰীৰৰ এক ডাঙৰ অংগ, যি তেজ জমা কৰি ৰাখে, তেজৰ বয়স্ক কণিকাবোৰ ধ্বংস কৰে আৰু বহিৰাগত দ্ৰৱ্যক তেজৰ পৰা পৃথক কৰে