Dictionary entry: stag(Language: English; IPA: ˈstæg; Assamese: ষ্টেগ)


Meaning 1:(Common Noun) any of several ruminants of the family Cervidae, most of the males of which have solid, deciduous antlers
ছাৰ্ভিদি পৰিয়ালৰ অন্তৰ্গত বহু-কোঠলীয়া পাকস্থলী যুক্ত বহুবিধ প্ৰাণীৰ যিকোনো এবিধ, যাৰ মতাবোৰৰ টান, সৰি পৰিব পৰা শিং থাকে ৷
Space to image of stag


Related Ideas:
1. fawn মৃগশাবক মৃগশিশু misaisa 2. doe hind কুৰংগী কুৰঙ্গী ভেলেঙী 3. animal beast ইতৰ প্ৰাণী জন্তু জানোৱাৰ 4. Axis porcinus hog deer খটীয়া পহু সুগৰী পহু সোগোৰা পহু




2006 - 2022 © Xobdo.org