strophestructure

structuralism (English) [ IPA: ˈstrəktʃərəˌlɪzəm ASM: ষ্ট্ৰাকচাৰেলিজিম]
Contributed by: Partha P Sarmah on 2008-08-11
1. (Abstract Noun) a movement, theory (in lanuage,literature and social sciences)that sees any text as a structure and the various parts of a text have meaning only when they are considered in relation to each other. Structuralism began in the work of linguist Ferdinand de Saussure(1857-1913). যি কোনো পাঠৰে আন্তঃগাঁঠনি আছে বুলি কোৱা ভাষা, সাহিত্য আৰু সমাজবিজ্ঞানৰ এক তত্ব৷

Contributed by: Dr. Arup Kumar Nath on 2023-04-30
2. Language-Linguistics(Abstract Noun) This is a school of thought mainly present in Linguistics and other social sciences propagated by Ferdinand de Saussure. It says that all systems including linguistics have self-contained relational structures. সংযুতিবাদ হৈছে ভাষাবিজ্ঞানত পোন প্ৰথমে ব্যৱহৃত এক তত্ত্ব৷ অন্য সমাজবিদ্যাতো ইয়াক সমানে ব্যৱহাৰ কৰা দেখা যায়৷ ফাৰ্দিনাণ্ড দি চচ্যুৰ ক এই তত্ত্বৰ উদ্ভাৱক বুলি জনা যায়৷ এই তত্ত্বমতে পৃথিবীৰ সকলো ব্যৱস্থাই এক এক ধৰণৰ তন্ত্ৰত সংপৃক্ত হৈ থাকে৷ ভাষাকো তেনেধৰণেৰে চাব পাৰি৷