সংযুতিসংযোগ

সংযুতিবাদ (Assamese) [ Roman: xong.ju.ti.bad]
Contributed by: Dr. Arup Kumar Nath on 2023-04-30
1. Language-Linguistics(Abstract Noun) This is a school of thought mainly present in Linguistics and other social sciences propagated by Ferdinand de Saussure. It says that all systems including linguistics have self-contained relational structures. সংযুতিবাদ হৈছে ভাষাবিজ্ঞানত পোন প্ৰথমে ব্যৱহৃত এক তত্ত্ব৷ অন্য সমাজবিদ্যাতো ইয়াক সমানে ব্যৱহাৰ কৰা দেখা যায়৷ ফাৰ্দিনাণ্ড দি চচ্যুৰ ক এই তত্ত্বৰ উদ্ভাৱক বুলি জনা যায়৷ এই তত্ত্বমতে পৃথিবীৰ সকলো ব্যৱস্থাই এক এক ধৰণৰ তন্ত্ৰত সংপৃক্ত হৈ থাকে৷ ভাষাকো তেনেধৰণেৰে চাব পাৰি৷