taataal chaaba

taal (English) [ IPA: taal ASM: তাল]
Contributed by: Partha P Sarmah on 2010-12-13
1. Music(Abstract Noun) a recurrent, uniform(i.e. fixed matras) and rhythmic pattern of beats in Indian music, both folk and classical. সংগীতত একমানবিশিষ্ট নিৰ্দিষ্ট মাত্ৰাৰ বোলৰ সুৰীয়া, লয়যুক্ত বাৰংবাৰ পুনৰাবৃত্তি৷ভাৰতীয় উপমহাদেশৰ লোক আৰু শাস্ত্ৰীয়- সকলো ধৰণৰ সংগীতেই কোনো নিৰ্দিষ্ট তালত আবদ্ধ৷ কাহাৰবা(৮ মাত্ৰা), দাদৰা(৬মাত্ৰা), খেমতা(৬ মাত্ৰা), তিনতাল(১৬মাত্ৰা), ৰূপক(৭ মাত্ৰা), ঝাপতাল(১০মাত্ৰা),একতাল(১২ মাত্ৰা) আদি ভাৰতীয় সংগীতত বহুল প্ৰচলিত তাল৷
English: taal, tala,
Assamese: তাল