Meaning 1:(Common Noun) A younger female having the same parents or one parent in common with the speaker বক্তাৰ বয়সতকৈ সৰু, একে পিতৃ-মাতৃ অথবা একে পিতৃ বা মাতৃৰ স্ত্ৰী সন্তান
Meaning 1:(Common Noun) the usually edible reproductive body of a seed plant; especially : one having a sweet pulp associated with the seed গছৰ গুটিৰ অৱৰি থকা কোমল অংশ৷ ই পকিলে মিঠা আৰু খাব পৰা হয়৷