thengpi arongthengthe

thengpi-a-phurui (Karbi)
Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2009-09-02
1. Reptile(Common Noun-Common) Flying snakes are a small group of species of tree snakes that live in Asia and Southeast Asia. At rest they appear unremarkable, but on the move they're able to take to the air by jumping from the tree, flattening the entire body, and gliding or parachuting to the ground or another tree. এছিয়া আৰু দক্ষিণ-পূব এছিয়াত উপলব্ধ ইহঁত কেতবোৰ গছত বাস কৰা সাপৰ প্ৰজাতি ৷ গছত জিৰণি লৈ থকা অৱস্থাত সাধাৰণতে ইহঁতক মণিব নোৱাৰি, কিন্তু ইহঁতে নিজৰ গাটো চেপেটা কৰি লৈ বায়ুৰ মাজেদি এজোপা গছৰ পৰা আন এজোপালৈ বা মাটিলৈ পেৰাছুটৰ দৰে বা জপিয়াই অহা-যোৱা কৰিব পাৰে ৷