thimbutthinduli
thin (English) [ IPA: ˈθɪn ASM: থিন]
1. (Proper Adj.-Common) without much flesh or fat; not plump or fat
বেছি মঙহ বা চৰ্ব্বী নথকা; শকত নোহোৱা
English: emaciated, gaunt, lean, light, scrawny, skinny, slim, thin, trim, हामख्रं,
Assamese: অস্থিচৰ্মসাৰ, অস্থূল, আংমৰা, আশকতীয়া, কঁকীলা সজীয়া, ককৰ্তনীয়া, ককৰ্ত্তনীয়া, কাউৰী-ঠেঙীয়া, কিৰ্কিয়া, কৃশ, কৃশাংগ, কৃশাঙ্গ, কেঁটেলা, কেটেং মেটেং, কেটেঙা, কেলেবাং, কোকোহা, ক্ষীণ, ক্ষীণকায়, ক্ষীনাংগ, খিচিৰা, খীণ, চিচ, চিঞা, চিয়াঁ, চেৰেলা, জঁকাভাৰী, টেটেৰা, তনু, তন্বী, দুৰ্বল, নালীয়া, নিশকতীয়া, নৰম, পাতল, পাতলা bo , বিশীৰ্ণ, মুজুৰা, মুজুৰা-খোৱা, মুজুৰা-পৰা, মেমেৰা, লনি, লিটা, লিহিকা, লেঙা, লেটেঙা, লেৰেলা, শীৰ্ণ, শীৰ্ণকায়, হাঁড়ে-ছালে লগা, হাড়ত খোৱা,
Bodo: गोबा, रानथें, हामख्रें,
Mising: uma,
Khasi: raikhoh, stang,
Bishnupriya Manipuri: হুরু,
Karbi: chongkreng,
Hmar: cher, kawr,
Nagamese: patla,
Dimasa: balebi, balele, garam, gelep, lepbi, rambi,
Tai: জম্,
Hindi: दुबला-पतला, दुर्बल,
Bangla: ক্ষীণকায়, ক্ষীণাংগ, দুর্বল, পাতলা, রোগা, শীর্ণকায়,
Tiwa: chongreng, ramjeng,
Deori: কেতেঙা,

Related Ideas:

a. Proper Adj.-Common: corpulent, fat, obese, portly, গদহা
b. Proper Adj.-Common: willowy, লাহী, লিহিৰী
2. (Verb-Intran.) to reduce the physical shape.
ভৌতিক আকাৰটো কম কৰ্।
3. (Proper Adj.) very thin and light almost like see-through (paper or clothe)
অতি ক্ষীণ বা লাহী আৰু পাতল, প্ৰায় স্বচ্ছ বা ইফাল-সিফাল দেখা পোৱা (কাগজ বা কাপোৰ)
English: light, thin,
Assamese: চিলচিলীয়া, মিহি,
Mising: remik,
Meeteilon: apaba,
Deori: পাতলিয়া,
thin (Hmar)
4. Anatomy(Material Noun-Neuter) a reddish-brown, glandular organ located in the abdominal cavity, functioning in the secretion of bile and various metabolic processes.
পিত্তৰস ক্ষৰণ আৰু শৰীৰৰ বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াত কাৰ্য্য কৰা, পেটত থকা, গ্ৰন্থিযুক্ত এক ৰঙচুৱা-মুগা বৰণৰ অঙ্গ
English: liver,
Assamese: যকৃত,
Bodo: आमाइथु,
Mising: aín,
Meeteilon: pheerak,
Karbi: angphor,
Hmar: thin,
Dimasa: batla, bosroh,
Bangla: যকৃত, লিভাৰ,