thoroughthoroughly
thoroughfare (English) [ IPA: [thoroughfare] ASM: থ’ৰ’ফেয়াৰ]
English: highway, main road, thoroughfare,
Assamese: ঘাইআলি, ঘাইপথ, মূলবাট, ৰাজআলি, ৰাজপথ, ৰাজবাট, ৰাজমাৰ্গ, ৰাধাপটি বাট,
Bodo: हाइ वे,
Garo: apalgipa sorok,
Hmar: lamlien,
Hindi: बड़ी सड़क,
Bangla: হাইওয়ে,
Deori: ৰাজ-চ্চাগু
thoroughfare (English) [ IPA: [thoroughfare] ASM: থ’ৰ’ফেয়াৰ]
1. (Material Noun-Neuter) a main road, esp. one between towns or cities. প্ৰধান ৰাস্তা, বিশেষকৈ নগৰ বা মহানগৰৰ মাজত।
Assamese: ঘাইআলি, ঘাইপথ, মূলবাট, ৰাজআলি, ৰাজপথ, ৰাজবাট, ৰাজমাৰ্গ, ৰাধাপটি বাট,
Bodo: हाइ वे,
Garo: apalgipa sorok,
Hmar: lamlien,
Hindi: बड़ी सड़क,
Bangla: হাইওয়ে,
Deori: ৰাজ-চ্চাগু