ঘাইখুঁটাঘাইমূৰীয়া

ঘাইপথ (Assamese) [ Roman: ghai.poth]
1. (Material Noun-Neuter) a main road, esp. one between towns or cities. প্ৰধান ৰাস্তা, বিশেষকৈ নগৰ বা মহানগৰৰ মাজত।
English: highway, main road, thoroughfare,
Assamese: ঘাইআলি, ঘাইপথ, মূলবাট, ৰাজআলি, ৰাজপথ, ৰাজবাট, ৰাজমাৰ্গ, ৰাধাপটি বাট,
Bodo: हाइ वे,
Garo: apalgipa sorok,
Hmar: lamlien,
Hindi: बड़ी सड़क,
Bangla: হাইওয়ে,
Deori: ৰাজ-চ্চাগু

Example Sentences:

1. ঘাইপথত গাড়ীবোৰ বৰ বেগাই যায়।