vacuolevacuum distillation

vacuum (English) [ IPA: ˈvækjuːm ASM: ভেকুৱাম]
1. (Abstract Noun) lacking contents which could or should be present; a complete absence of contents থাকিব লগীয়া বস্তু বা উপাদান নথকা; কোনো বস্তুৰ অনুপস্থিতি

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-09-12
2. (Proper Adj.-Neuter) (of a hollow container) partly exhausted of gas or air আংশিকভাবে বায়ু নথকা অৱস্থাৰ সৃষ্টি কৰা বা হোৱা (ফোপোলা বা গোটোং পাত্ৰৰ ক্ষেত্ৰত)