versatileverse word

verse (English) [ IPA: ˈvərs ASM: ভাৰ্চ]
Contributed by: Biraj Kumar Kakati on 2009-08-09
1. (Abstract Noun) Part of a poem with two rhyming lines each containing fourteen letters. দুফাঁকি কথাৰ প্ৰতি ফাঁকিত চৈধ্যটা আখৰ থকা আৰু প্ৰতি দুফাঁকিৰ শেষৰ আখৰ মিলা এবিধ অসমীয়া ছন্দ ৷
English: verse,
Assamese: পদ,
Mising: a:bang,
Nagamese: line, pod

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-27
Ref: চন্দ্ৰকান্ত অভিধান
2. (Proper Adj.-Neuter) as in a poem or part of a verse পদ্যৰ বান্ধনিত বা পদ-ছন্দত