vice-chancellorvice-principal

vice-president (English) [ IPA: ভাইচ-প্ৰেচিডেণ্ট ASM: ভাইচ-প্ৰেচিডেণ্ট]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-14
1. (Common Noun-Common &/or Masculine) An officer ranking next below a president (president of a country), usually empowered to assume the president's duties under conditions such as absence, illness, or death. ৰাষ্ট্ৰপতিৰ তলৰ বিষয়া ৷ ৰাষ্ট্ৰপতিৰ মৃত্যু, পদত্যাগ আদিৰ সময়ত তেওঁৰ ঠাইত কাৰ্য্যনিৰ্বাহ কৰে ৷

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-14
2. (Common Noun-Common &/or Masculine) one who acts as a deputy for a president ( president of a club, committee) কোনো অনুষ্ঠান বা সভাৰ সভাপতিৰ অনুপস্থিতিত তেওঁৰ দায়িত্ব পালন কৰা বিষয়া ৷