উপ-মধ্যকেন্দ্ৰিকউপ-সম্পাদক

উপ-সভাপতি (Assamese) [ Roman: u.po-xo.bha.po.ti]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-14
1. (Common Noun-Common &/or Masculine) one who acts as a deputy for a president ( president of a club, committee) কোনো অনুষ্ঠান বা সভাৰ সভাপতিৰ অনুপস্থিতিত তেওঁৰ দায়িত্ব পালন কৰা বিষয়া ৷