विरूपणविलाव

विरोजा (Hindi) [ Roman: vi.ro.jaa]
Contributed by: Karishma Boro on 2023-05-12
1. (Material Noun-Neuter) liquid pitch, a black substance, sticky when hot, used especially for making roads. খাৰুৱা তেলৰ পৰা উৎপাদিত এবিধ ক’লা পদাৰ্থ, যি তপতালে গলে আৰু এক আঠাযুক্ত পদাৰ্থলৈ ৰূপান্তৰ হয়; সাধাৰণতে ৰাস্তা পকী কৰাৰ কামত ব্যৱহৃত হয়।