tapungtara
tar (English) [ IPA: ˈtɑr ASM: টাৰ]
1. (Material Noun-Neuter) liquid pitch, a black substance, sticky when hot, used especially for making roads.
খাৰুৱা তেলৰ পৰা উৎপাদিত এবিধ ক’লা পদাৰ্থ, যি তপতালে গলে আৰু এক আঠাযুক্ত পদাৰ্থলৈ ৰূপান্তৰ হয়; সাধাৰণতে ৰাস্তা পকী কৰাৰ কামত ব্যৱহৃত হয়।
খাৰুৱা তেলৰ পৰা উৎপাদিত এবিধ ক’লা পদাৰ্থ, যি তপতালে গলে আৰু এক আঠাযুক্ত পদাৰ্থলৈ ৰূপান্তৰ হয়; সাধাৰণতে ৰাস্তা পকী কৰাৰ কামত ব্যৱহৃত হয়।
tar (Karbi)
English: carpet, mat, zampher,
Assamese: কাৰ্পেট, গালিচা, ঢাৰি, দলিচা, পাটি, বানত,
Meeteilon: fida,
Karbi: tar,
Dimasa: karpet,
English: hang,
Assamese: উদ্বন্ধন কৰ্, চিপজৰী ল, ফাঁচী দে,
Bodo: आलायनाय, फासी होनाय,
Mising: obog, tusang,
Khasi: phasi,
Karbi: tar, Vek,
Hmar: khaihlum,
Dimasa: kasi, katai kla,
English: mat,
Assamese: ঢাৰি, ঢৰা, পাটি,
Karbi: tar,
Dimasa: yam, yamsa,
Chakma: toloi,
Bangla: দরমা, ধারা,
Deori: আমচু,
2. (Material Noun-Neuter) a piece of fabric made of plaited or woven rushes, straw, hemp, or similar fiber, or of some other pliant material, as rubber, used as a protective covering on a floor or other surface, to wipe the shoes on, etc.
ডাঠ ঊণ, কাপোৰ, মিহিকৈ কটা বাঁহ, সূতা বা খেৰ আদিৰে তৈয়াৰী, মাটিত পাৰি বহিবলৈ, শুবলৈ ব্যৱহাৰ কৰা এখন বস্তু৷
ডাঠ ঊণ, কাপোৰ, মিহিকৈ কটা বাঁহ, সূতা বা খেৰ আদিৰে তৈয়াৰী, মাটিত পাৰি বহিবলৈ, শুবলৈ ব্যৱহাৰ কৰা এখন বস্তু৷
Assamese: কাৰ্পেট, গালিচা, ঢাৰি, দলিচা, পাটি, বানত,
Meeteilon: fida,
Karbi: tar,
Dimasa: karpet,
3. (Verb-Trans.) Suspend by the neck with a noosed rope until dead
Assamese: উদ্বন্ধন কৰ্, চিপজৰী ল, ফাঁচী দে,
Bodo: आलायनाय, फासी होनाय,
Mising: obog, tusang,
Khasi: phasi,
Karbi: tar, Vek,
Hmar: khaihlum,
Dimasa: kasi, katai kla,
Related Ideas:
a. Material Noun-Neuter: gallows, gibbet, ফাঁচী-কাঠ, ফাঁচী-শাল
4. (Material Noun-Neuter) A mat prepared by thin strips of bamboo.
বাঁহৰ কাঠীৰে বোৱা আসন ৷
বাঁহৰ কাঠীৰে বোৱা আসন ৷

Assamese: ঢাৰি, ঢৰা, পাটি,
Karbi: tar,
Dimasa: yam, yamsa,
Chakma: toloi,
Bangla: দরমা, ধারা,
Deori: আমচু,
Related Ideas:
a. Material Noun-Neuter: মেৰঢৰা
tar (Nagamese)
English: she,
Assamese: তাই,
Bodo: बियो,
Khasi: ka,
Meeteilon: mahak(Nupi),
Kok-Borok: Bo,
Nagamese: tar,
Ao: la,
Bangla: তাইsyl , তিনি, সে,
Deori: বা,
b. Pronoun-Common: তেওঁ, তেখেত, উনি, তিনি
5. (Pronoun-Feminine) the female person or animal being discussed or last mentioned
আলোচিত বা আগেয়ে উল্লেখিত স্ত্ৰীলিঙ্গৰ মানুহ বা জন্তু
আলোচিত বা আগেয়ে উল্লেখিত স্ত্ৰীলিঙ্গৰ মানুহ বা জন্তু
Assamese: তাই,
Bodo: बियो,
Khasi: ka,
Meeteilon: mahak(Nupi),
Kok-Borok: Bo,
Nagamese: tar,
Ao: la,
Bangla: তাইsyl , তিনি, সে,
Deori: বা,
Related Ideas:
a. Pronoun-Masculine: he, তেওঁ, তেৰা, সি, बियोb. Pronoun-Common: তেওঁ, তেখেত, উনি, তিনি
tar (Dimasa)
English: cable, wire,
Assamese: তাঁৰ,
Bodo: गुना,
Khasi: sainar,
Karbi: ari, arik, rihing,
Hmar: thîrhrui,
Dimasa: serdu, tar,
Nepali: तार,
Deori: গুনা, তাঁৰ,
6. (Material Noun-Neuter) A usually pliable metallic strand or rod made in many lengths and diameters, sometimes clad and often electrically insulated, used chiefly for structural support or to conduct electricity
বিভিন্ন দৈৰ্ঘ্য আৰু ব্যাসযুক্ত হোৱাকৈ তৈয়াৰী সাধাৰণতে নমনীয় ধাতুৰ জৰী, যাক কেতিয়াবা বিদ্যুতৰ অপৰিবাহী হিচাপে তৈয়াৰ কৰা হয় আৰু মূলতঃ কোনো গাঁথনিৰ সহায়ৰ বাবে বা বিদ্যুত্ পৰিবহনৰ বাবে ব্যৱহাৰ হয়