वेदिकवैभव

वेब (Bodo) [ Roman: web]
Contributed by: Karishma Boro on 2023-06-29
1. (Abstract Noun) An interconnected system of networks that connects computers around the world via the TCP/IP protocol. যোগাযোগৰ অত্যাধুনিক ব্যৱস্থা,ইয়াৰ দ্বাৰা বিশ্বৰ অন্যান্য কম্পিউটাৰৰ লগত সংযোগ কৰিব পাৰি৷

Contributed by: Karishma Boro on 2023-06-25
2. Computer Science(Abstract Noun) a connected group of pages on the World Wide Web regarded as a single entity, usually maintained by one person or organization and devoted to one single topic or several closely related topics. ৱৰ্ল্ড ৱাইদ ৱেবত থকা বহুতো পৃষ্ঠাত এক সমষ্টি, যাক এটা গোট হিচাপে গণ্য কৰা হয়; সাধাৰণতে এজন ব্যক্তি বা সংস্থাই চলায় আৰু এটা বা পৰষ্পৰ সম্পৰ্কিত বহুতো বিষয়ৰ সৈতে জড়িত হয়।