অংশগ্রহণঅংশগ্ৰহণ কৰ্

অংশগ্ৰহণ (Assamese) [ Roman: ong.xo.gro.hon Origin: সং.]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-01-27
1. (Verbal Noun) The act of participating or taking part. ভাগ লোৱা বা অংশ গ্ৰহণ কৰা কাৰ্য্য৷
English: participation,
Assamese: অংশগ্ৰহণ, অৱতীৰ্ণ, যোগদান,
Bodo: अंग, बाहागो, हेफाजाब,
Dimasa: gbaphaba,
Bangla: অংশ নেয়া, অংশগ্রহণ, অবতীর্ণ, যোগদান, শরিক হওয়া,
Nepali: सहभागिता

Example Sentences:

1. মই এই প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিবলৈ বিচাৰো।