অকলশৰীয়াঅকলশৰে

অকলশৰীয়াকৈ (Assamese) [ Roman: o.kol.xo.ri.ya.koi]
adv: অকলশৰীয়া
Contributed by: ৰূপকমল on 2007-12-18
1. (Adverb) Without the help or presence of others আন কোনো উপস্থিত নথকাকৈ বা আন কাৰো সহায় নোলোৱাকৈ
English: alone,
Assamese: অকলশৰীয়াকৈ, অকলশৰে, অকলে, নিসঙ্গ,
Deori: অকলৰিয়া, গুজায়া, চ-চাৰে

Example Sentences:

1. তাই অকলশৰীয়াকৈ থাকিয়েই ভাল পায়।