অকলিয়াঅকলেই

অকলে (Assamese) [ Roman: o.ko.le]
Contributed by: Rupankar Mahanta on 2007-04-03
1. (Adverb) Without the help or presence of others আন কোনো উপস্থিত নথকাকৈ বা আন কাৰো সহায় নোলোৱাকৈ
English: alone,
Assamese: অকলশৰীয়াকৈ, অকলশৰে, অকলে, নিসঙ্গ,
Deori: অকলৰিয়া, গুজায়া, চ-চাৰে

Example Sentences:

1. মই অকলে সকলো কাম কৰিলো।