অগাত্মজাঅগিয়ান

অগাধ (Assamese) [ Roman: o.gadh Origin: সং. (হেম১৩)]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-02-13
1. (Proper Adj.) impossible to measure the depth যাৰ তলিপোৱা নাযায় ।
English: abysmal, abyssal, bottomless, unfathomable,
Assamese: অগাধ, অতল, অতলস্পৰ্শ, অতলস্পৰ্শী, অথাউনি, তলিবিহীন, তলিহীন, প্ৰগাঢ়, বিতলীয়,
Dimasa: kituh giri-yahbah

Example Sentences:

1. কনকলতাই মাতৃভূমিৰ প্ৰতি অগাধ প্ৰেম দেখুৱাই থৈ গ'ল।