অগ্নিৱৎঅগ্ন্যাশয়

অগ্ন্যস্ত্ৰ (Assamese) [ Roman: og.nyos.tro]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-07-23
1. (Material Noun-Neuter) A gun, pistol, or any weapon from which a shot is discharged by the force of an explosive substance, as gunpowder. বন্দুক, পিষ্টল বা আন তেনে প্ৰকাৰৰ আহিলা য’ত খাৰ-বাৰুদ আদিৰ প্ৰজ্বলন হোৱাৰ ফলত তীব্ৰ গতিৰে গুলীটো নলীৰে ওলাই যায় ৷