yaodanayaodi girihi

yaodi (Dimasa)
Contributed by: Arnab Phonglosa on 2009-09-02
1. (Material Noun-Neuter) any instrument or device for use in attack or defense in combat, fighting, or war, as a sword, rifle, or cannon যুদ্ধ বা বিবাদৰ সময়ত সুৰক্ষা অথবা আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা সঁজুলি, যেনেঃ তৰোৱাল, বন্দুক, হিলৈ আদি

Contributed by: Kulendra Daulagupu on 2009-08-13
2. (Material Noun-Neuter) A gun, pistol, or any weapon from which a shot is discharged by the force of an explosive substance, as gunpowder. বন্দুক, পিষ্টল বা আন তেনে প্ৰকাৰৰ আহিলা য’ত খাৰ-বাৰুদ আদিৰ প্ৰজ্বলন হোৱাৰ ফলত তীব্ৰ গতিৰে গুলীটো নলীৰে ওলাই যায় ৷