অতিথিপৰায়ণঅতিথিশালা
অতিথিপৰায়ণতা (Assamese) [ Roman: o.ti.thi.po.rayo.no.ta]
Contributed by: ৰূপকমল on 2007-03-30
English: hospitality,
Assamese: অতিথি পৰিচৰ্য্যা, অতিথি সত্কাৰ, অতিথি সেৱা, অতিথি-আপ্যায়ন, অতিথিপৰায়ণতা, আতিথেয়তা, আতিথ্য, খুউৱা-ধুউৱা, খুৱান-ধুৱান, সত্কাৰ,
Bodo: आलासिखौ बरायनाय
অতিথিপৰায়ণতা (Assamese) [ Roman: o.ti.thi.po.rayo.no.ta]
Contributed by: ৰূপকমল on 2007-03-30
1. (Abstract Noun) Friendly reception and treatment of guests or strangers. অতিথিক কৰা শুশ্ৰুষা ।
Assamese: অতিথি পৰিচৰ্য্যা, অতিথি সত্কাৰ, অতিথি সেৱা, অতিথি-আপ্যায়ন, অতিথিপৰায়ণতা, আতিথেয়তা, আতিথ্য, খুউৱা-ধুউৱা, খুৱান-ধুৱান, সত্কাৰ,
Bodo: आलासिखौ बरायनाय