অনাৱশ্যকঅনাৱশ্যকীয়
অনাৱশ্যকভাৱে (Assamese) [ Roman: o.na.wo.syok.bha.be]
adv: অনাৱশ্যক
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-09
English: unnecessarily,
Assamese: অকাৰণত, অকাৰণতে, অকাৰণে, অদৰকাৰত, অদৰকাৰীভাৱে, অনাবাবে, অনাহকত, অনাহকতে, অনাৱশ্যকভাৱে, অবাবত, অবাবতে, আনামতে, আলে-জালে, এলাপাকত, খামাখা, বিনা-কাৰণত, মিছাতে, মিছামিছিকৈ,
Nagamese: misa-misi,
Dimasa: haglai, musibo niyahi, nangyadada, nangyahi
অনাৱশ্যকভাৱে (Assamese) [ Roman: o.na.wo.syok.bha.be]
adv: অনাৱশ্যক
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-09
1. (Adverb) in an unnecessary manner; without any necessity. প্ৰয়োজন নোহোৱাকৈ কৰা কাম ৷