আনাআনালী
আনামতে (Assamese) [ Roman: a.na.mo.te]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-21
English: unnecessarily,
Assamese: অকাৰণত, অকাৰণতে, অকাৰণে, অদৰকাৰত, অদৰকাৰীভাৱে, অনাবাবে, অনাহকত, অনাহকতে, অনাৱশ্যকভাৱে, অবাবত, অবাবতে, আনামতে, আলে-জালে, এলাপাকত, খামাখা, বিনা-কাৰণত, মিছাতে, মিছামিছিকৈ,
Nagamese: misa-misi,
Dimasa: haglai, musibo niyahi, nangyadada, nangyahi
আনামতে (Assamese) [ Roman: a.na.mo.te]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-21
Ref: চন্দ্ৰকান্ত অভিধান
1. (Adverb) in an unnecessary manner; without any necessity. প্ৰয়োজন নোহোৱাকৈ কৰা কাম ৷Assamese: অকাৰণত, অকাৰণতে, অকাৰণে, অদৰকাৰত, অদৰকাৰীভাৱে, অনাবাবে, অনাহকত, অনাহকতে, অনাৱশ্যকভাৱে, অবাবত, অবাবতে, আনামতে, আলে-জালে, এলাপাকত, খামাখা, বিনা-কাৰণত, মিছাতে, মিছামিছিকৈ,
Nagamese: misa-misi,
Dimasa: haglai, musibo niyahi, nangyadada, nangyahi