অনীশ্বৰবাদীঅনীহা
অনীহ (Assamese) [ Roman: o.nih]
Contributed by: Mousumi Konwar on 2023-01-17
English: bludger, idle, indolent, lazy, slothful, sluggardly,
Assamese: অকৰ্মণ্য, অকৰ্মা, অকৰ্মিষ্ঠ, অনীহ, অলস, আলচিয়াbo , আলস্যপৰায়ন, উতীয়াkm , উৎসাহহীন, এলেহুৱা, কষ্টবিমুখ, কাইনা bo , কৰ্তব্যবিমুখ, কৰ্মবিমুখ, গাইৰা, গাৰি-শুবাৰ, গেৰেম, গেৰেহা, গৰীয়া, চভিয়া খোৱা, চভিয়া পৰা, থঙাসনীয়া, দগা, দীৰ্ঘসূত্ৰী, ধুমগাইৰা bo , ধোদ, ধোদৰ পচলা, নিষ্কৰ্মা, নিৰুদ্যম, বহিখোৱা, বাদল, মাদগৰিয়া, মেটা, মেদা, মেৰগোম, লেধা, লেধেমা, শুইহগা, শ্ৰমকাতৰ, শ্ৰমবিমুখ, সোৰোপা, সৰপা, হালুক, ৰিহাকুৰীয়া, ৰিহাফুৰীয়া,
Bodo: अलसिया, खामानिगोयै, बादुला, बेखार,
Mising: lo:bag, tibak,
Khasi: ba alhia, ba kuman, jaituh,
Garo: alsia, arata, aratgipa, gamu gong.ja,
Meeteilon: atanba,
Karbi: pa-ei-oi, pangjang, selet,
Kok-Borok: sele,
Nagamese: alchi, elehua, kania, susti, usti,
Dimasa: selleh,
Tai: খান্ খান্ খই খই,
Hindi: आलसी,
Rabha: আইলছা, মেনথা,
Tiwa: solya,
Deori: ইঁজি-হায়া, গেদা, চ্চিংনা-চিতাদুয়া, দগা, দুদুংনা-হায়া, মেজেংক, মেৰ-মেৰিয়া, হলিয়ামুৰা
Contributed by: Mousumi Konwar on 2023-01-20
English: selfless,
Assamese: অকাম, অনীহ, অহেতুক, অহৈতুক, কামনা-শূন্য, নিঃস্বাৰ্থ, নিষ্কাম, নিষ্পৃহ, স্বাৰ্থশূন্য, স্বাৰ্থহীন
অনীহ (Assamese) [ Roman: o.nih]
Contributed by: Mousumi Konwar on 2023-01-17
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. (Proper Adj.-Common) disinclined to work কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰাAssamese: অকৰ্মণ্য, অকৰ্মা, অকৰ্মিষ্ঠ, অনীহ, অলস, আলচিয়াbo , আলস্যপৰায়ন, উতীয়াkm , উৎসাহহীন, এলেহুৱা, কষ্টবিমুখ, কাইনা bo , কৰ্তব্যবিমুখ, কৰ্মবিমুখ, গাইৰা, গাৰি-শুবাৰ, গেৰেম, গেৰেহা, গৰীয়া, চভিয়া খোৱা, চভিয়া পৰা, থঙাসনীয়া, দগা, দীৰ্ঘসূত্ৰী, ধুমগাইৰা bo , ধোদ, ধোদৰ পচলা, নিষ্কৰ্মা, নিৰুদ্যম, বহিখোৱা, বাদল, মাদগৰিয়া, মেটা, মেদা, মেৰগোম, লেধা, লেধেমা, শুইহগা, শ্ৰমকাতৰ, শ্ৰমবিমুখ, সোৰোপা, সৰপা, হালুক, ৰিহাকুৰীয়া, ৰিহাফুৰীয়া,
Bodo: अलसिया, खामानिगोयै, बादुला, बेखार,
Mising: lo:bag, tibak,
Khasi: ba alhia, ba kuman, jaituh,
Garo: alsia, arata, aratgipa, gamu gong.ja,
Meeteilon: atanba,
Karbi: pa-ei-oi, pangjang, selet,
Kok-Borok: sele,
Nagamese: alchi, elehua, kania, susti, usti,
Dimasa: selleh,
Tai: খান্ খান্ খই খই,
Hindi: आलसी,
Rabha: আইলছা, মেনথা,
Tiwa: solya,
Deori: ইঁজি-হায়া, গেদা, চ্চিংনা-চিতাদুয়া, দগা, দুদুংনা-হায়া, মেজেংক, মেৰ-মেৰিয়া, হলিয়ামুৰা
Antonyms:
a. Proper Adj.: diligent, hard-working, industrious, laborious, operose...Contributed by: Mousumi Konwar on 2023-01-20
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
2. (Proper Adj.) disinterested, having no interest in reward or outcome ফললৈ ইচ্ছা নকৰা, আকাংক্ষা নথকাAssamese: অকাম, অনীহ, অহেতুক, অহৈতুক, কামনা-শূন্য, নিঃস্বাৰ্থ, নিষ্কাম, নিষ্পৃহ, স্বাৰ্থশূন্য, স্বাৰ্থহীন