অনুকৃত্যায়নঅনুক্তি-চিন
অনুক্তি (Assamese) [ Roman: o.nuk.ti]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2023-08-18
English: undisclosed, unpublished, unrevealed,
Assamese: অকথন, অকথিত, অনুক্তি, অনুচ্চাৰিত, অন্তৰ্গূঢ়, অপ্ৰকট, অপ্ৰকাশ, অপ্ৰকাশিত, অপ্ৰচাৰিত, অবেকত, অব্যক্ত, নোকোৱা,
Dimasa: baigoya-yahbah, tiya-yahbah
অনুক্তি (Assamese) [ Roman: o.nuk.ti]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2023-08-18
1. (Proper Adj.-Neuter) Something that has not been disclosed yet. মুক্তভাৱে প্ৰকাশ নকৰা উক্তি, তথ্য বা ৰহস্য ৷
Assamese: অকথন, অকথিত, অনুক্তি, অনুচ্চাৰিত, অন্তৰ্গূঢ়, অপ্ৰকট, অপ্ৰকাশ, অপ্ৰকাশিত, অপ্ৰচাৰিত, অবেকত, অব্যক্ত, নোকোৱা,
Dimasa: baigoya-yahbah, tiya-yahbah