অনুক্তিঅনুক্ষণ

অনুক্তি-চিন (Assamese) [ Roman: o.nuk.ti-sin]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-30
1. Language-Linguistics(Abstract Noun) the mark or sign (—) used to note an abrupt break or pause in a sentence or hesitation in an utterance, to begin and end a parenthetic word, phrase, or clause, to indicate the omission of letters or words, to divide a line, to substitute for certain uses of the colon, and to separate any of various elements of a sentence or series of sentences, as a question from its answer. এটা বাক্যৰ মাজত হঠাতে থমকি ৰোৱা, ক’বলৈ কুণ্ঠা বোধ কৰা, শব্দ, বাক্যংশ বা খণ্ডবাক্যৰ উদ্ধৃতিৰ আগে-পাছে, শব্দ বা আখৰ এৰি যোৱা বুজাবলৈ, এটা বাক্য ভাগ কৰিবলৈ, কোনো কোনো ক্ষেত্ৰত কলন চিনৰ সলনি আৰু এটা বাক্যৰ বিভিন্ন অংশ, যেনেঃ প্ৰশ্ন-উত্তৰ বেলেগ কৰিবলৈ ব্যৱহাৰ কৰা ’-’ চিন