অপকীৰ্ত্তিঅপকৃষ্ট
অপকৃত (Assamese) [ Roman: o.po.kri.to]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-03
English: damaged, demolished, destroyed, spoilt,
Assamese: অপকৃত, আকান্দেৰি, ক্ষতিগ্ৰস্ত, খণ্ড-বিখণ্ড, খয়ঙ্কৰ, চূচুৰ্মৈ, চূৰ্ণাকৃত, চূৰ্ণীকৃত, ছাৰখাৰ, ধ্বংসগ্ৰস্ত, বিনাশগ্ৰস্ত, বোন্দামাৰ, মষিমূৰ, মহিমূৰ,
Bodo: खहा, फोजोबस्रांनाय, बुफायनाय,
Dimasa: bidin, gabai,
Deori: হাবেমা
অপকৃত (Assamese) [ Roman: o.po.kri.to]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-03
1. (Proper Adj.-Neuter) Something damaged in a way that its shape has altered from the original পূৰ্বৰ মূল আকৃতিৰ পৰিৱৰ্তন হোৱাকৈ ধ্বংস হোৱা