হাবেহাব্ৰেঙা
হাবেমা (Deori) [ Roman: ha.be.ma]
Contributed by: Himasri Das on 2023-04-10
English: devastated, dug up, ravaged, ruined,
Assamese: অধঃপতিত, উচন, উজাৰ, উপান্ত, উবাৰ, উৎখাত, কালগ্ৰস্ত, তোলাং, তোলাও, ধ্বংসপ্ৰাপ্ত, ধ্বস্ত, নাঠৰি, পতিত, প্ৰভ্ৰষ্ট, পৰিভ্ৰষ্ট, বিধ্বস্ত, বিপৰ্য্যস্ত, ভ্ৰংশিত, সমূলাকাশ, সাং,
Bodo: जोसांहोनाय,
Mising: ngunpit ngunyit,
Karbi: Kapavir, Phlung`,
Deori: উচন্-চাবা, জাবা-চাৰুবা, পিৰুবা, লাবিৰুবা, হাবেমা
b. Verb-Intran.: devastate, ruin, wreck, ছাৰখাৰ কৰ্, ডুবা...
c. Proper Adj.-Neuter: destroying, destructive, devastating, উৎপাটক, কালদগ্ধ...
Contributed by: Himasri Das on 2023-04-10
English: damaged, demolished, destroyed, spoilt,
Assamese: অপকৃত, আকান্দেৰি, ক্ষতিগ্ৰস্ত, খণ্ড-বিখণ্ড, খয়ঙ্কৰ, চূচুৰ্মৈ, চূৰ্ণাকৃত, চূৰ্ণীকৃত, ছাৰখাৰ, ধ্বংসগ্ৰস্ত, বিনাশগ্ৰস্ত, বোন্দামাৰ, মষিমূৰ, মহিমূৰ,
Bodo: खहा, फोजोबस्रांनाय, बुफायनाय,
Dimasa: bidin, gabai,
Deori: হাবেমা
হাবেমা (Deori) [ Roman: ha.be.ma]
Contributed by: Himasri Das on 2023-04-10
1. Abstract Noun(Verbal Adj.) rendered useless by breaking or destroying by any means. কোনো কাৰণত ধ্বংস, নষ্ট বা নিৰ্মূল হোৱা।
Assamese: অধঃপতিত, উচন, উজাৰ, উপান্ত, উবাৰ, উৎখাত, কালগ্ৰস্ত, তোলাং, তোলাও, ধ্বংসপ্ৰাপ্ত, ধ্বস্ত, নাঠৰি, পতিত, প্ৰভ্ৰষ্ট, পৰিভ্ৰষ্ট, বিধ্বস্ত, বিপৰ্য্যস্ত, ভ্ৰংশিত, সমূলাকাশ, সাং,
Bodo: जोसांहोनाय,
Mising: ngunpit ngunyit,
Karbi: Kapavir, Phlung`,
Deori: উচন্-চাবা, জাবা-চাৰুবা, পিৰুবা, লাবিৰুবা, হাবেমা
Different POS:
a. Abstract Noun: abolition, annihilation, bane, demolition, destruction...b. Verb-Intran.: devastate, ruin, wreck, ছাৰখাৰ কৰ্, ডুবা...
c. Proper Adj.-Neuter: destroying, destructive, devastating, উৎপাটক, কালদগ্ধ...
Contributed by: Himasri Das on 2023-04-10
2. (Proper Adj.-Neuter) Something damaged in a way that its shape has altered from the original পূৰ্বৰ মূল আকৃতিৰ পৰিৱৰ্তন হোৱাকৈ ধ্বংস হোৱা