অভিগতঅভিগমন ক্ৰমাংক

অভিগমন (Assamese) [ Roman: o.bhi.go.mon]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2007-12-11
Ref: জ্যোতি দ্বিভাষিক অভিধান
1. (Abstract Noun-Neuter) organised course of action, esp. to gain publicity; a military operation towards a particular objective. প্ৰচাৰৰ উদ্দেশ্যে কৰা সংগঠিত কাৰ্য্যাৱলী; নিৰ্দ্দিষ্ট লক্ষ্যৰে কৰা এক সামৰিক কুচ-কাৱাজ।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2023-08-30
2. (Verbal Noun) the act or process of making a record of something in the order of acquisition আহৰণ বা অভিগ্ৰহণ কৰাৰ ক্ৰম অনুসাৰে লিপিৱদ্ধ কৰি ৰখা কাৰ্য্য বা প্ৰক্ৰিয়া
English: accession,
Assamese: অভিগমন