অভিযাত্ৰীঅভিযান চলা

অভিযান (Assamese) [ Roman: o.bhi.jan]
1. (Abstract Noun) journey for a quest of sth কিবা বিচাৰি কৰা যাত্ৰা

Contributed by: Rupankar Mahanta on 2006-04-03
2. (Abstract Noun-Neuter) organised course of action, esp. to gain publicity; a military operation towards a particular objective. প্ৰচাৰৰ উদ্দেশ্যে কৰা সংগঠিত কাৰ্য্যাৱলী; নিৰ্দ্দিষ্ট লক্ষ্যৰে কৰা এক সামৰিক কুচ-কাৱাজ।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-04-16
3. (Abstract Noun) any important task or duty that is assigned, allotted, or self-imposed. কাৰোবাৰ ওপৰত ন্যস্ত কৰা অথবা নিজে গাত পাতি লোৱা কোনো বিশেষ দায়িত্ব বা কৰ্ত্তব্য।