অভ্যামৰ্দঅভ্যাস কৰ্

অভ্যাস (Assamese) [ Roman: o.bhyax]
1. Art and Culture(Abstract Noun) an acquired behavior pattern regularly followed until it has become almost involuntary নিয়মিত ভাৱে কৰি থকা আচৰণ, যি এটা সময়ত স্বভাৱগত হৈ পৰে

2. (Verbal Noun) repeat a work to improve skill. পাৰদৰ্শিতা বঢ়াবৰ কাৰণে একেটা কামকে বাৰে-বাৰে কৰা।