অলংকাৰপূৰ্ণঅলংকৃত কৰ্

অলংকৃত (Assamese) [ Roman: o.long.kri.to]
alt: অলঙ্কৃত
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-01-30
1. (Verbal Adj.) beautified by decorative items. অলঙ্কাৰ অথবা শুৱনি বস্তু খটাই ধুনীয়া কৰা।

Contributed by: Bikram M Baruah on 2008-01-30
2. (Verbal Adj.) given public respect for an achievement or contribution. সফলতা বা বৰঙণিৰ বাবে ৰাজহুৱাভাৱে সন্মান জনোৱা।