খচমখচিত কৰ্

খচিত (Assamese) [ Roman: kho.si.to]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-17
1. (Verbal Adj.) beautified by decorative items. অলঙ্কাৰ অথবা শুৱনি বস্তু খটাই ধুনীয়া কৰা।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-17
2. (Verbal Adj.) Having a link between two or more systems, persons, objects, events etc. দুটা বা ততোধিক প্ৰক্ৰিয়া, মানুহ, বস্তু অথবা ঘটনাৰ মাজত সম্বন্ধ থকা|