অশ্ৰুসজলঅশ্ৰুৰুদ্ধ
অশ্ৰুসিক্ত (Assamese) [ Roman: oshru.xikto]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-12-16
English: tearful,
Assamese: অশ্ৰুপূৰ্ণ, অশ্ৰুযুক্ত, অশ্ৰুসজল, অশ্ৰুসিক্ত, অশ্ৰুৰুদ্ধ, কন্দনামুৱা, ক্ৰন্দনপূৰ্ণ, চলচল, চলচলীয়া, ঢুলঢলীয়া, ঢুলঢুলীয়া, সজল, ৰোদনপূৰ্ণ,
Deori: মুকু-মিজি-হিগিবাচ্চা
Contributed by: Partha P Sarmah on 2007-12-01
English: tear-stained, teary, teary-eyed, watery-eyed,
Assamese: অশ্ৰুকাতৰ, অশ্ৰুভৰা, অশ্ৰুময়, অশ্ৰুসিক্ত
অশ্ৰুসিক্ত (Assamese) [ Roman: oshru.xikto]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-12-16
1. (Proper Adj.) (eyes) full of tears for an expressed unhappy event চকুপানীৰে ভৰা (চকু)
Assamese: অশ্ৰুপূৰ্ণ, অশ্ৰুযুক্ত, অশ্ৰুসজল, অশ্ৰুসিক্ত, অশ্ৰুৰুদ্ধ, কন্দনামুৱা, ক্ৰন্দনপূৰ্ণ, চলচল, চলচলীয়া, ঢুলঢলীয়া, ঢুলঢুলীয়া, সজল, ৰোদনপূৰ্ণ,
Deori: মুকু-মিজি-হিগিবাচ্চা
Different POS:
a. Material Noun-Neuter: tear, অক্ষিজল, অশ্ৰু, অশ্ৰুজল, অশ্ৰুতৰংগ...Contributed by: Partha P Sarmah on 2007-12-01
2. (Verbal Adj.) Eyes filled or wet with tears. চকুলোৰে ভৰা বা চকুলোৰে সেমেকা
Assamese: অশ্ৰুকাতৰ, অশ্ৰুভৰা, অশ্ৰুময়, অশ্ৰুসিক্ত