ঢুক্ঢুলঢুলীয়া
ঢুলঢলীয়া (Assamese) [ Roman: dhul.dhu.li.ya]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-22
English: tearful,
Assamese: অশ্ৰুপূৰ্ণ, অশ্ৰুযুক্ত, অশ্ৰুসজল, অশ্ৰুসিক্ত, অশ্ৰুৰুদ্ধ, কন্দনামুৱা, ক্ৰন্দনপূৰ্ণ, চলচল, চলচলীয়া, ঢুলঢলীয়া, ঢুলঢুলীয়া, সজল, ৰোদনপূৰ্ণ,
Deori: মুকু-মিজি-হিগিবাচ্চা
ঢুলঢলীয়া (Assamese) [ Roman: dhul.dhu.li.ya]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-22
Ref: চন্দ্ৰকান্ত অভিধান
1. (Proper Adj.) (eyes) full of tears for an expressed unhappy event চকুপানীৰে ভৰা (চকু)Assamese: অশ্ৰুপূৰ্ণ, অশ্ৰুযুক্ত, অশ্ৰুসজল, অশ্ৰুসিক্ত, অশ্ৰুৰুদ্ধ, কন্দনামুৱা, ক্ৰন্দনপূৰ্ণ, চলচল, চলচলীয়া, ঢুলঢলীয়া, ঢুলঢুলীয়া, সজল, ৰোদনপূৰ্ণ,
Deori: মুকু-মিজি-হিগিবাচ্চা