আপ্লাৱিতআপ্ৰবাসী

আপ্লুত (Assamese) [ Roman: ap.plut]
আ, ভালকৈ + প্লু, পানীৰে বুৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-14
1. (Proper Adj.-Common) Strongly attracted due to someones/somethings merits and good characters. কোনো ব্যক্তি অথবা আন কোনো বস্তুৰ গুণত সন্তুষ্টি লাভ কৰি বৰকৈ আকৃষ্ট হোৱা ৷

Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-04-18
2. (Verbal Adj.) Something which have been immersed thoroughly or going into the deep of water. পানীৰ তলত ভালকৈ বুৰা বা তল যোৱা ।