আলনাআলনীয়া

আলনি (Assamese) [ Roman: a.lo.ni]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-18
Ref: চন্দ্ৰকান্ত অভিধান
1. (Material Noun-Neuter) an object believed to bring good luck or to keep its owner safe from harm. এবিধ বস্তু যি মানুহৰ বাবে ভাগ্য কঢ়িয়াই আনিব পাৰে অথবা ধাৰণ কৰোঁতাজনক বিপদৰ পৰা ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-28
Ref: চন্দ্ৰকান্ত অভিধান
2. (Verbal Adj.) without the proper size or symmetry of different parts of the body. শৰীৰ অথবা কোনো বস্তুৰ অঙ্গবোৰৰ উচিত জোখ বা সমতা নথকা।