কৱককৱচী

কৱচ (Assamese) [ Roman: ko.bos]
Contributed by: Swapnita Kakati on 2006-09-13
1. Anatomy(Material Noun-Neuter) the hard outer covering of an animal, like snail, tortoise etc শামুক, কাছ আদি জন্তুৰ শৰীৰৰ বাহিৰৰ কঠিন আৱৰণ

Contributed by: ৰূপকমল on 2006-09-13
2. (Material Noun-Neuter) an object believed to bring good luck or to keep its owner safe from harm. এবিধ বস্তু যি মানুহৰ বাবে ভাগ্য কঢ়িয়াই আনিব পাৰে অথবা ধাৰণ কৰোঁতাজনক বিপদৰ পৰা ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়।

Contributed by: Biraj Kumar Kakati on 2006-09-13
3. (Material Noun-Neuter) Protective covering made of metal and used in combat; now a days some other hard materials are also used for the same purpose. ৰণুৱাৰ গাত পিন্ধা ধাতুৰ চোলাজাতীয় আভৰণ; আজিকালি ধাতুৰ সলনি অন্য কঠিন বস্তুও ব্যৱহাৰ কৰা দেখা যায়|