আহাম্মকআহাৰ পৰিৱেশক

আহাৰ (Assamese) [ Roman: a.har]
1. (Material Noun-Neuter) any nourishing substance that is eaten, drunk, or otherwise taken into the body to sustain life, provide energy, promote growth. জীয়াই থাকিবলৈ, শক্তি পাবলৈ আৰু শৰীৰৰ বৃদ্ধিৰ বাবে খোৱা, পি খোৱা বা অন্য প্ৰকাৰে গ্ৰহণ কৰা পুষ্টিকৰ বস্তু৷

Contributed by: Partha P Sarmah on 2006-04-25
2. (Proper Noun-Neuter) the third month of Assamese year, between Jeth and Xaon অসমীয়া বছৰৰ তৃতীয় মাহ, জেঠ আৰু শাওণৰ মাজত