উজাই যাউজাগৰী

উজাগৰ (Assamese) [ Roman: u.ja.gor]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2009-01-29
1. (Proper Adj.-Neuter) Lacking sleep or unable to sleep টোপনি নহা অথবা টোপনি নোযোৱা অৱস্থা |

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-16
2. (Abstract Noun) inability to have proper or sufficient sleep. যথেষ্ট বা সঠিকভাৱে টোপনি যাব নোৱৰা অৱস্থা।

Contributed by: Biraj Kumar Kakati on 2009-10-15
3. (Abstract Noun) The act of remaining awake over the night. গোটেই ৰাতি সাৰে থকা বা টোপনি নমৰাকৈ থকা কাৰ্য্য।