উনিউনুক
উনিন্দ (Assamese) [ Roman: u.nin.do]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-30
English: sleepless,
Assamese: অতন্দ্ৰ, অনিদ্ৰ, উজাগৰ, উজাগৰী, উনিন্দ, গতনিদ্ৰ, জাগন্ত, জাগ্ৰত, জাগৰ, জাগৰিত, জাগৰী, জাগৰুক, জাগৰূক, তন্দ্ৰাশূন্য, তন্দ্ৰাহীন, নিদ্ৰাবিহীন, নিদ্ৰাশূন্য, নিদ্ৰাহাৰা, নিদ্ৰাহীন, নিদ্ৰাৰহিত, বিনিদ্ৰ, সজাগ,
Deori: উগাঁদুয়াবা, মুগাদুয়াবা
উনিন্দ (Assamese) [ Roman: u.nin.do]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-30
1. (Proper Adj.-Neuter) Lacking sleep or unable to sleep টোপনি নহা অথবা টোপনি নোযোৱা অৱস্থা |