উষ্ণপ্ৰধানউষ্ণৰক্তী

উষ্ণীয় (Assamese) [ Roman: ux.niy]
Contributed by: Atul Ch. Kakoti on 2009-06-11
1. (Material Noun-Neuter) A traditional headdress for men consisting of a long scarf wrapped around the head; a hat like feature made of cloth used for a religious purpose or to express one's dignity in the society. ধৰ্মীয় কাৰণত বা নিজৰ পদমৰ্যাদা দেখুৱাবলৈ মূৰত মেৰিয়াই পিন্ধা কাপোৰেৰে তৈয়াৰ কৰা বিশেষ আকৃতিৰ শুৱনি পোচাক | সাধাৰণতে পূৰুষসকলে পৰিধান কৰে |